3rd SEM FYUGP MINPSC3
2024
(December)
POLITICAL SCIENCE
(Minor)
Paper: MINPSC3
(Development Processes and Social Movement in Contemporary India)
Full Marks: 60
Time: 2 hours
The figures in the margin indicate full marks for the questions
1. তলত দিয়াসমূহৰ নিৰ্দেশানুযায়ী উত্তৰ দিয়া: 1×6 = 6
Answer the following as directed:
(a) 'পৰিকল্পনা আয়োগ'ৰ ধাৰণাটো সৰ্বপ্ৰথমে গ্রহণ কৰা ৰাষ্ট্ৰখনৰ নাম হ'ল । (বাছিয়া/আমেৰিকা/ফ্রান্স) (শুদ্ধ উত্তৰটো বাচি উলিওৱা)
The first country to adopt the concept of Planning Commission is America/France) (Russia/
(Choose the correct answer)
(b) মিশ্র অর্থনীতিৰ যি কোনো এক বৈশিষ্ট্য উল্লেখ কৰা। Mention any one characteristic of mixed economy.
(c) নীতি আয়োগৰ সভাপতি কোন?
Who is the Chairperson of the NITI Aayog?
(d) ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ কোন?
Who is the father of the Green Revolution in India?
(e) কৃষিভিত্তিক সমাজ ব্যৱস্থাৰ যি কোনো এক প্ৰকাৰৰ নাম লিখা।
Name one type of agrarian social structure.
(f) 'দলিত' শব্দটো সর্বপ্রথমে কোনে প্রয়োগ কৰিছিল?
Who used the term 'Dalit' for the first time?
2. চমু টোকা লিখা (যি কোনো তিনিটা):
4×3-12
Write short notes on (any three):
(a) অর্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ ভূমিকা
Role of the State in economic planning
(b) ভাৰতবৰ্ষত মধ্যবিত্ত শ্ৰেণীৰ গুৰুত্ব
Significance of middle class in India
(c) ভাৰতবৰ্ষৰ আৰ্থ-সামাজিক বিকাশত সেউজ বিপ্লৱৰ বৰঙণি
Contributions of the Green Revolution in the socio-economic development of India.
(d) জনজাতি আন্দোলনৰ মৌলিক দাবীসমূহ
The basic demands of tribal movement
3. উদাৰতাবাদ মানে কি? ১৯৯১ চনৰ পিছত ভাৰতবৰ্ষৰ অৰ্থনৈতিক উদাৰতাবাদৰ ক্ষেত্ৰত সাধন কৰা সংস্কাৰসমূহৰ বিষয়ে আলোচনা কৰা।
4+8=12
What is liberalization? Discuss the reforms that are introduced for the economic liberalization of India, post 1991.
অথবা / Or
স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত গ্ৰহণ কৰা অর্থনৈতিক পৰিকল্পনা- সমূহৰ গুৰুত্ব মূল্যায়ন কৰা।
12
Evaluate the significance of economic planning adopted in India after Independence.
4. ব্যক্তিগতকৰণে সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে, আলোচনা কৰা। 5+5=10
Discuss the impact of privatization on organized and unorganized sectors.
অথবা / Or
১৯৯১ চনৰ নতুন অর্থনৈতিক নীতিয়ে ভাৰতবৰ্ষৰ মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে, আলোচনা কৰা।
10
Discuss the impact of India's New Economic Policy of 1991 on Indian middle class.
5. ভাৰতীয় প্রেক্ষাপটত অর্থনৈতিক বিকাশৰ বাবে ভূমি সংস্কাৰৰ গুরুত্ব আলোচনা কৰা।
10
Discuss the importance of land reforms for economic development in the context of India.
অথবা / Or.
ভাৰতীয় অর্থনীতিৰ ওপৰত কৃষি সংকটৰ প্ৰভাৱৰ বিষয়ত সমালোচনাত্মক বিশ্লেষণ আগবঢ়োৱা।
Critically analyze the impact of agrarian crisis on India's economy.
6. ভাৰতবৰ্ষৰ 'দলিত আন্দোলন'ৰ এক সমালোচনাত্মক বর্ণনা আগবঢ়োৱা।
10
Critically explain the 'Dalit Movement' in India.
অথবা / Or.
সামাজিক আন্দোলন মানে কি? সামাজিক আন্দোলনৰ মুখ্য বৈশিষ্ট্যসমূহ লিখা।
5+5=10
What is social movement? Discuss the main characteristics of social movements.
★★★
No comments:
Post a Comment